tgindex
Crack Assam Exam (General Knowledge, Assamese GK, Assam Direct Recruitment 2024, ADRE 2.0, ADRE 2024)

Crack Assam Exam (General Knowledge, Assamese GK, Assam Direct Recruitment 2024, ADRE 2.0, ADRE 2024)

Статистика

Our YouTube Channel Link - https://youtube.com/@CrackAssamExam

Последний пост
4 нояб.
Последнее чтение
13 авг.
Постов за неделю
0
Всего постов
20
Тип
открытый
Язык
bn
В каталоге с
13 авг.
Подписчики
1 871
−2 за 3 дн.
Сутки
−1
−0,05%
Неделя
 
Месяц
 
Просмотров на пост
591
20 постов
Вовлечённость
31,6%
к подписчикам
Постов в день
0,0
всего 20
Упоминаний
0
каналов
Охват размещения
оценка
1/24сутки в ленте
1/48двое суток
1/72трое суток

Оценка по просмотрам недавних постов: пост набирает почти всё за первые сутки.

Посты

  • https://youtu.be/bGJPrlllxIc?si=-P9AZnnrae5kKLed New Video after a long time

  • এতিয়াও বিশ্বাস হোৱা নাই...🥺 তথাপিও এইটো যে এটা কল্পনা কৰিব নোৱাৰা অপ্ৰিয় সত্য সেই কথাটো আমি মানি ল'বই লাগিব... বেছি নিলিখোঁ এনেকুৱা এটা ঘটনাৰ বিষয়ে কেতিয়াবা এনেকৈ লিখিব লাগিব বুলি সপোনতো ভবা নাছিলো...🥺🥺🥺 শেষত ঈশ্বৰৰ ওচৰত আমাৰ মৰমৰ শ্ৰদ্ধাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ দাদাৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো...🕊️🥺💔

  • CP Radhakrishnan elected as India’s 15th Vice President

  • এতিয়াৰে পৰা ড° ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম হ'ব 'ভূপেন হাজৰিকা সমন্বয় তীৰ্থ'।

  • без подписи

  • Rajya Sabha passes the The National Sports Governance Bill, 2025 & The National Anti-Doping (Amendment) Bill, 2025. - INDIA NOW HAS IT’S OWN DEDICATED SPORTS LAW. 👏

  • без подписи

  • без подписи

  • Q. কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় ? A) ইউৰেনাছ গ্ৰহ ❤️ B) বুধ গ্ৰহ 😍 C) বৃহস্পতি গ্ৰহ 👍 D) মংগল গ্ৰহ 🔥 Emoji ৰ দ্বাৰাই উত্তৰটো দিব

  • Q. Who is the second Indian to go into Space ? A) Rakesh Sharma ❤️ B) Shubhanshu Shukla 😍 C) Sunita Williams 👍 D) Kalpana Chawla 🔥 Emoji ৰ দ্বাৰাই উত্তৰটো দিব

  • আপোনাৰ কোনোবা বন্ধু-বান্ধৱীয়ে যদি Telegram ব্যৱহাৰ কৰে তেন্তে তেওঁলোকক আমাৰ এই Channel টোত Invite কৰি দিব কিয়নো বেছিকৈ Viewers হলেহে আমি নতুন নতুন Content দিবলৈ Motivation লাভ কৰো । আৰু আজিৰ পৰা আমি বিভিন্ন Questions ৰ লগত Current Affairs দিবলৈও চেষ্টা কৰিম । আৰু আশা কৰো আপোনালোকেও আপোনাৰ বন্ধু বান্ধৱীসকলক আমাৰ এই চেনেলটোলৈ Invite কৰিব ।

  • 134 সংখ্যক ডুৰাণ্ড কাপ অৰ্থাৎ 2024 চনত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপৰ বিজয়ী দলটো আছিল আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঘৰুৱা দল "নৰ্থ ইষ্ট ইউনাইটেড এফ চি" এই দলটোৱে ফাইনেলত "মোহন বাগান চুপাৰ জায়েন্টচ"ক হৰুৱাই বিজয়ী হবলৈ সক্ষম হৈছিল ।

  • без подписи

  • без подписи

  • без подписи

  • এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা যিখন প্ৰতিযোগিতা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰে লগতে যিখন প্ৰতিযোগিতা 1888 চনতে আৰম্ভ হৈছিল আজিৰ পৰাই অৰ্থাৎ 23 জুলাই 2025 চনৰ পৰাই সেই প্ৰতিযোগিতাখনৰ 135 সংখ্যক সংস্কৰণ অনুষ্ঠিত কৰা হব । এইবাৰৰ এই প্ৰতিযোগিতাত মুঠ 24 টা দলে অংশগ্ৰহণ কৰিব ।

  • আজিৰ দিনটোতে অৰ্থাৎ 1906 চনৰ 23 জুলাইত স্বাধীনতা সংগ্ৰামী "চন্দ্ৰশেখৰ আজাদ"ৰ জন্ম হৈছিল ।

  • "স্বৰাজ আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব" এই কথাষাৰ কোৱা ব্যক্তিজনৰ নাম হ'ল — বাল গংগাধৰ তিলক আৰু আজিৰ দিনটোতে অৰ্থাৎ 1856 চনত 23 জুলাই তাৰিখে তেওঁৰ জন্ম হৈছিল ।

  • https://youtu.be/afJ8tZW5C8U?si=GO0TjnoVww5hvDRg New Video

  • без подписи