Assam Police GK Quiz 🧠📚
Статистика🎯 This Channel HasBeen Established With The Aim Of Providing Proper Guidance To Youths Preparing For All Govt. Exam. 📚 #APSC #APS #AssamPolice #Agniveer #SSC #SSCGD #Railway #ADRE #TET
- Последний пост
- 28 нояб. 2024 г.
- Последнее чтение
- 13 авг.
- Постов за неделю
- 0
- Всего постов
- 20
- Тип
- открытый
- Язык
- bn
- В каталоге с
- 13 авг.
- 1/24сутки в ленте
- —
- 1/48двое суток
- —
- 1/72трое суток
- —
Оценка по просмотрам недавних постов: пост набирает почти всё за первые сутки.
Посты
без подписи
без подписи
без подписи
без подписи
📌 Commonwealth Games 2026 🔥
📚 Join For More Update 👇 @AnmolBuragohain
উত্তৰ: ৰাজেন্দ্ৰ প্ৰসাদ (৬১) চুকাফাই লগত কিমান মানুহ আনিছিল ? উত্তৰ: ৯০০০ (৬২) কোচ বিহাৰৰ প্ৰথম ৰজা কোন আছিল ? উত্তৰ: লক্ষ্মী নাৰায়ণ (৬৩) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ? উত্তৰ: ৫ বছৰ (৬৪) পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল ? উত্তৰ: হাতী (৬৫) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ? উত্তৰ: চডিয়াম ক্ল’ৰাইড (৬৬) উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ? উত্তৰ: যোৰহাট (৬৭) ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ? উত্তৰ: ২০০৮ চনত (৬৮) ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ? উত্তৰ: ৰাষ্ট্ৰপতি (৬৯) মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ? উত্তৰ: ১৪ ডাল হাড় (৭০) ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ? উত্তৰ: আৰাৱলী (৭১) অসমৰ’ চাহৰ চহৰ’ বুলি কোনখন চহৰক কোৱা হয় ? উত্তৰ: ডিব্ৰুগড় চহৰক (৭২) বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ? উত্তৰ: ৭ (৭৩) শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ? উত্তৰ: ব্ৰজাৱলী ভাষাত (৭৪) প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ? উত্তৰ: ১৯৭৫ চনত (৭৫) ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ? উত্তৰ: ১৪৯৮ চনত (৭৬) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ? উত্তৰ: কেৰালা (৭৭) হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ? উত্তৰ: ১৮ টা (৭৮) ‘প্ৰান্তিক’ আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল ? উত্তৰ: ভবেন্দ্ৰনাথ শইকীয়া (৭৯) এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো ? উত্তৰ: জয়সাগৰ পুখুৰী (৮০) এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ? উত্তৰ: মুখ্যমন্ত্ৰী (৮১) ‘অলকানন্দা’ কবিতা সংকলন খনৰ ৰচক কোন ? উত্তৰ: নলিনীৱালা দেৱী (৮২) ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ? উত্তৰ: উচ্চতম ন্যায়ালয় (৮৩) প্ৰথম অসমীয়া চনেটৰ লিখক কোন ? উত্তৰ: হেমচন্দ্ৰ গোস্বামী (৮৪) নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে ? উত্তৰ: হাওঁফাঁও (৮৫) ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল ? উত্তৰ: কেৰেলা (৮৬) পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় ? উত্তৰ: ভাৰতৰ মৌচিনৰাম (৮৭) প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যাক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ? উত্তৰ: ভাৰত (৮৮) অসমৰ ‘গীতিকবি’ বুলি কাক আখ্যা দিয়া হয় ? উত্তৰ: পাৰ্বতী প্ৰসাদ বৰুৱা (৮৯) পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি ? উত্তৰ: আফ্ৰিকা (৯০) পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম কি ? উত্তৰ: স্পেইন (৯১) কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ? উত্তৰ: পক প্ৰণালী (৯২) বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ? উত্তৰ: ১৯৫২ চন (৯৪) এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ নূন্যতম বয়স কিমান লাগে ? উত্তৰ: ৩৫ বছৰ (৯৫) আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ? উত্তৰ: সূৰ্য (৯৬) শ্বিলং কোনখন পাহাৰত অৱস্থিত ? উত্তৰ: খাছী পাহাৰ Join 👇🏼 https://t.me/assamwifistudy (৯৭) সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যাক উপগ্ৰহ আছে ? উত্তৰ: শনি (৯৮) সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি ? উত্তৰ: কেৰেলা (৯৯) হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ? উত্তৰ: ৭৬ বছৰ (১০০) অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ? উত্তৰ: চুটিমফা । Join 👇👇https://t.me/assamwifistudy
без подписи
📚 আজি দিনৰ ১১ বজাৰ পৰা Assam Direct Recruitment ৰ HSSLC Level অৰ্থাৎ 12th Pass ৰ পদৰ Admit Card মুকলি হ'ব বুলি গম পোৱা গৈছে। তলত দিয়া এই দুটা Website ৰ যোগে দিনৰ ১১ বজাৰ পৰা Download কৰিব পাৰিব নিজৰ নিজৰ Admit Card সমূহ। Website দুটা তলত উল্লেখ কৰা হ'ল। 👇👇👇 www.asssam.gov.in www.site.sebaonline.org @AnmolBuragohain
📚 গুৰুত্বপূৰ্ণ তথ্য, সকলোৱে মনত ৰাখিবলগীয়া! ❤🇮🇳
📚 Let's celebrate Murlikant Petkar, the man who topped the podium for India for the very first time with a world record timing of 37.33 seconds in 50m FS #ParaSwimming at the 1972 #ParalympicGames. 🇮🇳
#Lausanne #Diamond_League 🍁Neeraj Chopra secure 2nd place & won a Silver 🥈 Medal with a throw of 89.49m in the Lausanne Diamond League . 🍁The event was won by Anderson Peters of Grenada, the two-time world champion and Paris Olympics bronze medallist, with a massive throw of 90.61m in his second round. Join Now:- @educationforassam
✅ কুইজৰ লগতে পৰীক্ষাত সহায় হোৱাকৈ গুৰুত্বপূৰ্ণ তথ্য সমূহ দি থোৱা হৈছে। সোনকালে Join হয় লোৱা সকলোৱে। নতুন কৰি খোলা হৈছে। 👉👇👇👇 @EducationForAssam
без подписи
✅CHIEF MINISTER 🔸 CM of Andhra Pradesh - N. Chandrababu Naidu 🔹 CM of Arunachal Pradesh - Pema Khandu 🔸 CM of Chhattisgarh - Vishnu Deo Sai 🔹 CM of Haryana - Nayab Singh Saini 🔸 CM of Jharkhand - Champai Soren 🔹 CM of Madhya Pradesh - Mohan Yadav 🔸 CM of Mizoram - Lalduhoma 🔹 CM of Odisha - Mohan Charan Majhi 🔸 CM of Rajasthan - Bhajan Lal Sharma 🔹 CM of Sikkim - Prem Singh Tamang 🔸 CM of Telangana - Revanth Reddy 🟢GOVERNORS 🔸 Governor of Assam - Lakshman Acharya 🔹 Governor of Chhattisgarh - Ramen Deka 🔸 Governor of Jharkhand - Santosh Gangwar 🔹 Governor of Maharashtra - C. P. Radhakrishnan 🔸 Governor of Meghalaya - C. H. Vijayashankar 🔹 Governor of Odisha - Raghubar Das 🔸 Governor of Punjab - Gulab Chand Kataria 🔹 Governor of Rajasthan - Haribhau Bagade 🔸 Governor of Sikkim - Om Prakash Mathur 🔹 Governor of Telangana - Jishnu Dev Varma 🔸 Governor of Tripura - Indra Sena Reddy Nallu 🔹 Lt Governor of Puducherry - K. Kailashnathan 🟢CHIEF SECRETARIES 🔸 Chief Secretary of Jammu & Kashmir - Atal Dulloo 🔹 Chief Secretary of Jharkhand - Lalbiaktluanga Khiangte 🔸 Chief Secretary of Karnataka - Rajneesh Goel 🔹 Chief Secretary of Madhya Pradesh - Veera Rana 🔸 Chief Secretary of Puducherry - Sharat Chauhan
🎯 সকলোৱে পৰীক্ষাত সহায় হোৱাকৈ আজি পৰা পুনৰ বহুত দিনৰ বিৰতিৰ পিছত কুইজ দিয়া আৰম্ভ কৰা হ'ব। সকলোৱে যাতে অংশগ্ৰহণ কৰে তাৰে কামনা কৰিলোঁ! সময় দিনৰ ২ বজা পৰা আৰম্ভ হ'ব। 🎯 তলৰ লিংটোত ক্লিক কৰি সকলোৱে অতি সোনকালে Join হয় ল'ব পাৰিব, ধন্যবাদ! 🙏📚♥️ ✅ লিংক 👉 👇👇👇👇 https://t.me/QuizOfAssam
ভাল খবৰ সকলোৱে বাবে 🎉 আপোনালোকৰ সকলোৱে ADRE আৰু Assam Police Exam ত সহায় হোৱাকৈ কাইলৈ পৰা এটা Paid Telegram Channel খোলা হৈছে। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই থাকিব। য'ত আপোনালোকে পাব Daily Current Affairs, General Knowledge, Geography, History, Political Science, Social Studies, Science, Sports and All GK Questions and Answers ৰ লগতে News Paper, সম্পূৰ্ণ Free PDF আৰু পাব লগতে পুৰণি পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ। যি কেইটা PDF আপোনালোকে কিনিতো কমেও 500 ৰ পৰা 1,000 টকাত কৈয়ো অধিক দাম পাৰিব। যি কি নহওঁক, আপোনালোকৰ সকলোৱে সহায় হোৱাকৈ এই Course টোৰ দাম ৰাখিছোঁ এমাহত মাত্ৰ 59/- টকা। এই 59/- টকা হয়তো এদিনতে বহুতে আল্টো-ফাল্টো কিবা কিবি খাই বয় নাইবা অদৰকাৰী কামত উৰাই দিয়ে। এই ক্ষেত্ৰত নিতৌ আপোনালোকৰ বাবে কষ্ট কৰিব লাগিব তাৰ বাবদহে এই জৰিমানটো লোৱা হৈছে। এই ক্ষেত্ৰত কোনোৱে যাতে ভুল সহকাৰে নলয়। Join হ'বলৈ তলৰ Link ত ক্লিক কৰিব। Google Pay, Phone Pay, Paytm আদিৰ সহায়ত Pay কৰিব পাৰিব। Payment কৰাৰ পিছত Joining ৰ Link Registered WhatsApp Number ত Text Msg ৰ যোগেদি পাব। কিবা অসুবিধা পালে 8876171875 নম্বৰত WhatsApp মেছেজ কৰি সুধিব পাৰিব, ধন্যবাদ!🙏🫡 Joining Link 👇👇👇 https://rpy.club/g/UdbdaBrfFl
без подписи
✅ Telegram গ্ৰুপবোৰ কিয় বন্ধ কৰা হ'ব? শেহতীয়াকৈ, মই কিছুমান লোকে মোৰ গোটৰ পৰা নম্বৰলৈ বিশেষকৈ ছোৱালীলৈ পোনপটীয়া বাৰ্তা (ডিএম) প্ৰেৰণ কৰাৰ বিষয়ে অভিযোগ পাইছোঁ। গোটটোৰ কেইবাজনো সদস্যই গোটটোৰ পৰা নম্বৰ সংগ্ৰহ কৰি আনক হাৰাশাস্তি কৰি আছে। সেইকাৰণে মই গোটৰ পৰিৱৰ্তে Telegram চেনেল ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। ✅ এটা চেনেল এটা গ্ৰুপতকৈ কিয় ভাল? কোনেও চেনেলত আপোনাৰ ম'বাইল নম্বৰ, নাম বা ফটো চাব নোৱাৰিব। ই আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰিব আৰু অবিচৰ্যতা হ্ৰাস কৰিব। ✅ মই আপোনালোক সকলোকে আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে শিক্ষাৰ লগতে পৰীক্ষাত সহায় হোৱাকৈ মোৰ চেনেলৰ লিংকটো ভাগ বতৰা কৰিবলৈ অনুৰোধ জনাইছোঁ। 🙏 🎯 Channel link:👇👇 https://t.me/anmolburagohain
без подписи