Lakshya Talk
СтатистикаMasungkha everyone🙏, At Lakshya Talk we provide in-depth analysis and expert guidance on all the subjects relevant to the ADRE 3.0, DHS, TET & Assam Police & any other Grade iii or Grade iv exams of Assam❤️✌️.
- Последний пост
- 20 июл.
- Последнее чтение
- 15 авг.
- Постов за неделю
- 0
- Всего постов
- 20
- Тип
- открытый
- Язык
- bn
- Категория
- Новости и СМИ (по похожим)
- В каталоге с
- 15 авг.
- 1/24сутки в ленте
- 4 891
- 1/48двое суток
- 5 605
- 1/72трое суток
- 6 045
Оценка по просмотрам недавних постов: пост набирает почти всё за первые сутки.
Посты
অসমৰ বৰ্তমান পৰিস্থিতি একেবাৰে বেয়া বিশেষকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল পানীৰ কৱলত 🥹🥹 সকলোৱে সজাগ হৈ অলপ সুৰক্ষিত ঠাইত থাকিবলৈ চেষ্টা কৰিব । ভগৱানে সকলোকে কৃপা কৰক আৰু অতি সোনকালে এই বানপানীৰ কৱলৰ পৰা উদ্ধাৰ কৰক🥹🥹🙏
без подписи
без подписи
জীৱনত কেতিয়াও নাপাহৰে ইমান সহজ Tricks দিয়া হৈছে ❤️🔥
https://youtu.be/QTeUSW-bnGE?si=DHDd1QZRQiYtUUtQ
মুখ্যমন্ত্ৰী মহোদয়ৰ আজিৰ নতুন update ❤️🔥
без подписи
без подписи
https://youtu.be/3IaVBm5s6l8?si=sg5gvVUq8HIkJxxr
без подписи
без подписи
https://youtu.be/Eb1kSVEz1Pk?si=_Gjaec_vhNBEgOio
নমস্কাৰ সকলোকে 🙏 আজি মোৰ জন্মদিন ।। আৰু জন্মদিন উপলক্ষে আমাৰ course সমূহত 1 দিনৰ বাবে, Highest Discount ৰ ব্যৱস্থা কৰা হৈছে । আপুনি Lakshya Talk application ডাউনলোড কৰি লব পাৰিব । For any queries contact us on whats app- 6000914639. Regards Lakshya Talk
без подписи
আপোনালোক সকলোৱে গম পাই দেউতাৰ বেমাৰৰ কথা । বৰ্তমান চেন্নাইৰ Apollo hospital ত আছো 🥹 । সেই কাৰণে কালিৰ পৰা বহুজনৰ ফোন ৰিচিভ কৰিব পৰা নাই ক্ষমা কৰিব ।। whats app কৰিব, reply অলপ দেৰিকৈ হলেও কৰোঁ মই । দেউতা সোনকালে সুস্থ হবলৈ ভগৱানক প্ৰাৰ্থনা কৰিব আৰু আশীৰ্বাদ কৰিব 🥹🙏 বহুত হতাশা আহে, মন বেয়া লাগে 🥹 ভগৱানে বহুত পৰীক্ষা লৈ আছে 🥹🥹 Regards Lakshya Talk
https://youtu.be/RIbW6KOD48Y?si=znfoSRp04m1yYaJT
без подписи
без подписи
অহাবাৰ আপোনাৰ পৰা এই মেছেজ টো আহিব লাগিব ❤️🔥 মাত্ৰ নিজৰ আৰু Lakshya Talk ৰ ওপৰত বিশ্বাস ৰাখক ❤️ Regards Lakshya Talk
без подписи