Assam knowledge official
Статистика➡ ,PNRD,TET, DHS, Assam Police, SSC GD, RRB, MOCK TEST ETC EXM. হ'বলগীয়া লিখিত পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ ➡️Website visit:-http://bit.ly/3elF5Er ☑️YouTube:-http://bit.ly/3CGd3yi ➡India gk ➡World gk ➡Assam gk ➡Reasoing & math
- Последний пост
- 23 нояб. 2024 г.
- Последнее чтение
- 15 авг.
- Постов за неделю
- 0
- Всего постов
- 20
- Тип
- открытый
- Язык
- bn
- Категория
- Видео
- В каталоге с
- 15 авг.
- 1/24сутки в ленте
- —
- 1/48двое суток
- —
- 1/72трое суток
- —
Оценка по просмотрам недавних постов: пост набирает почти всё за первые сутки.
Посты
FDownloader.Net_AQPChKbBPnxHMIoWZcrr36IeMNGitnsnHpv7ebGWum0fwNR7fF-JElWJjWTkxPYMe2YmfS7s1tz4U7W7_cfhnFCU_720p_(HD) (1).mp4
Coch Behar Durga Puja 2024 #cochbehar #durgapuja #durgapujakolkata2024 @dipakray6785 @uselessbhabesh https://www.instagram.com/reel/DA3aMkwPHyZ/?igsh=Nmd1dGpwZnlkazVz
https://kelloogas-big.net/index/user/register/invite_code/pszxu.html
https://youtu.be/Nlu16E1_i6w ❤️👍
https://youtu.be/Nlu16E1_i6w
ADRE 2.0 HSSLC (12th) Paper ১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? ২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল? ৩) আটাইতকৈ পুৰণি সংকলিত বেদ খন কি? ৪) অলকানন্দা গীতৰ গীতিকাৰ কোন? ৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন? ৬) বাঁহেৰে সজা বাদ্য- টকা ৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন? ৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? ৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? ১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ১১) নীতি আয়োগৰ অধ্যক্ষ কোন? ১২) নয়নমনি শইকীয়া আৰু টানিয়া চৌধুৰীয়ে কি খেলত প্ৰতিনিধিত্ব কৰে ? ১৩) বেডমিণ্টন খেলুৱৈজন বিচাৰি উলিওৱা- পুলেল্লা গোপিচান্দ ১৪) আহোমৰ শেষ ৰাজধানী কি? ১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? ১৬) গ্ৰীণ লেণ্ড কোনখন দেশৰ অন্তৰ্ভুক্ত ? ১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?- নৰ্থ-ইষ্ট ১৮) ৰূপৰ ৰাসায়নিক সংকেত কি? ১৯) জালিয়ানৱালা বাগ ক'ত আছে? ২০) তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা? ২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোনখন মহাদেশৰ মাজেৰে ? ২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন? ২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? ২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? ২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে? ২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? ২৭) Lion of Mysore নামেৰে কাক জনা যায়? ২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন- নেপোলিয়ন ২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়? ৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল? ৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে? ৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি? ৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়? ৩৩/ ভূ-পৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ সোঁতক কি বুলি জনা যায়? -( উষ্ণ প্ৰস্ৰৱণ) ৩৪/ যিয়ে সাগৰীয় জাহাজ লুট কৰে ! - জলদস্যু ৩৫/ Antonym of Friendship - Foe ৩৬/ Collective noun of Dog ৩৭/ Collective noun Of Fish ৩৮/ Elevated synonym -( Promoted or topped) ৩৯/ Lament synonym - sad, mourn, copied or Molecule ! ৪০/ কোনখন দেশৰ সাগৰীয় উপকূল নাই - চীন, জাপান, আফগানিস্তান, ইৰাণ! ৪১/ কোনটো central armed police force নহয়- Indian cost guard, NSG, CISF OR SSB ৪২/ বৃত্ত : জ্যামিতি :: কবিতা : ? ( অধ্যায়, গদ্য, ভাষা, কিতাপ) ৪৩/ সদৃশ- শিশু : টিকাকৰণ :: ( উদ্ভিদ : কীটনাশক, খাদ্য : ৰন্ধন, জন্তু : খাদ্য, জ্বৰ : ঔষধ ) ৪৪/ কাঞ্চিপুৰম শাৰী কত বেছি ব্যৱহাৰ হয় ? ৪৫/ PH 5 হ'লে দ্ৰৱটো কি- ? ৪৬/ বেৰিং প্ৰণালীয়ে কাক কাক ভাগ কৰিছে ? ৪৭/ Which one of the following is apostrophe ? ৪৮/ Which one is Hyphen ? ৪৯/ তলৰ কোনটো ইভেণ্টত ভাৰতে 2020 ৰ টকীঅ' অলিম্পিকত পদক লাভ কৰা নাছিল !- টাইকোৱান্দো ৫০/ Example of first type of liver - Human arm, scissors, stapller, ..) ৫১/ Which one is incorrectly mispelt - Mongrel, Marvel, Martal,Middel. ৫২/ To create a ruckus means - ৫৩/ find the odd one - ঘৰচিৰিকা, কাউৰী, বাদুলী, ময়ূৰচৰাই ৫৪/Idiom for - To get rid of a problem ৫৫/ To get a green signal means - ৫৬/ Myself refers to - I ৫৭/ Non -Living things - It ৫৮/ Adverb - Deep into the forest. ৫৯/ Poor : Poorest : Poorer ৬০/ Standard form Dictionary - Advent, Adventure, Adverse, Advertisement. 61/ Diamond league kihor লগত জৰিত ? 62/ শান্ত হিষ্ট শিষ্ট পুষ্ট .... কাৰ? 63/ Is your brother ___to the gym ? 64/ ১০০ৰ ১০০% ২০০ৰ ২০০% = ? 65/ 3√8²ৰ মান কিমান? 66/ 27 30 37 50 ? 98........... 67/ A+b=8,b+c=20,a+c=18,a²+b²=? 68/ [(10⁷÷10²)+(10³÷10-²)]÷10 69/ PROJECTS code RPJOCEST hoi tente ROBOTICS or code ki hobo 70/ 40% increase 40% decrease 71/ মাজত + চিহ্ন থকা দেশ কোন খন?
সকলোলৈকে শুভেচ্ছা আৰু শুভকামনা থাকিল 💐
Reasoning Paper Complete Solution (Assam Police) - 2014, 2016, 2019, 2020 and Practice Paper (for Assam Police Constable AB/UB and S.I (Sub-Inspector) Payment কৰি আপুনি E- mail ত E -Book খন পাই য়াৱ তাৰ পৰা Download কিৰ লৱ | https://imojo.in/1P3LPhZ❤️
SSC GD ADMIT CARD
👉ASSAM KNOWLDGE TELEGRAM CHANNEL 1. What is the name of the cyclone that recently formed over the Kutch coast in Gujarat? শেহতীয়াকৈ গুজৰাটৰ কুচ উপকূলৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ নাম কি? A .Cyclone Gulabi গুলাবি ঘূৰ্ণীবতাহ B. Cyclone jawar জৱাৰ ঘূৰ্ণীবতাহ C. Cyclone Asne আছনা ঘূৰ্ণীবতাহ D. Cyclone Strong শক্তিশালী ঘূৰ্ণীবতাহ 2. Which state will host the 'women's Asian Champions Trophy 2024' in November? নৱেম্বৰ মাহত কোনখন ৰাজ্যই ‘মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪’ আয়োজন কৰিব? A.Bihar বিহাৰ B. Haryana হাৰিয়ানা C. Uttar Pradesh উত্তৰ প্ৰদেশ D. Odisha উৰিষ্যা 3. Which state/Union Territory recently launched 'Isai Kudil Scheme ' to enhance music and dance education in government schools ? চৰকাৰী বিদ্যালয়ত সংগীত আৰু নৃত্যৰ শিক্ষা বৃদ্ধিৰ বাবে শেহতীয়াকৈ কোনখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ‘ইছাই কুদিল আঁচনি’ আৰম্ভ কৰিছে ? A. Puducherry পুডুচেৰী B. Assam অসম C. Lakshadweep লক্ষদ্বীপ D. Mizoram মিজোৰাম 4. Poba Reserve Forest, which was recently seen in the news, is located in which northern state? শেহতীয়াকৈ বাতৰিত দেখা পোৱা প’বা সংৰক্ষিত বনাঞ্চল কোনখন উত্তৰ ৰাজ্যত অৱস্থিত? A.Mizoram মিজোৰাম B. Nagaland নাগালেণ্ড C. Assam অসম D. Manipur মণিপুৰ 5. Which city of Nepal recently recognized as a ‘Healthy City’ by the world Health Organization? নেপালৰ কোনখন চহৰক শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ‘স্বাস্থ্যকৰ চহৰ’ হিচাপে স্বীকৃতি দিছে? A.Bharatpur ভাৰতপুৰ B. Biratnagar বিৰাটনগৰ C. Dhulikhel ধূলিখেল D. Dharan ধৰণ 6. Who has been appointed as the new cabinet secretary for the government of India? ভাৰত চৰকাৰৰ নতুন কেবিনেট সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে? A.Alok Banerjee B. T.V Somanathan C. S.C Majumdar D. Rinku Dugga 7. Which organization has introduced 'Dispute Reduction Scheme ( e-DRS ), recently seen in news ? শেহতীয়াকৈ বাতৰিত দেখা পোৱা ‘বিবাদ হ্ৰাস আঁচনি ( e-DRS ), কোনটো সংস্থাই প্ৰৱৰ্তন কৰিছে A.Securities and Exchange Board of India (SEBI) ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (ছেবি) B.Central Board of District Taxes ( CBDT ) কেন্দ্ৰীয় জিলা কৰ ব'ৰ্ড ( চিবিডিটি ) C.Reserve Bank of India ( RBI ) ভাৰতীয় ৰিজাৰ্ভ বেংক ( RBI ) D.Ministry of Finance বিত্ত মন্ত্ৰালয় 8. Recently, which Indian athlete won the silver medal at the 'Asian Cadet judo Championships’ ? শেহতীয়াকৈ কোনজন ভাৰতীয় খেলুৱৈয়ে ‘এছিয়ান কেডেট জুডো চেম্পিয়নশ্বিপ’ত ৰূপৰ পদক লাভ কৰিছে . A.Himanshi Tokas হিমাংশী টোকাছ B. Tulika Maan তুলিকা মান C. Taya Choudhary টায়া চৌধুৰী D. Suchila Devi সুচিলা দেৱী 9. Recently where was the 7th Rastriya ‘poshan Maah’ launched ? শেহতীয়াকৈ ৭ম ৰাষ্ট্রীয় ‘পোষণ মাহ’ ক’ত মুকলি কৰা হৈছিল ? A.Jaipur, Rajasthan জয়পুৰ, ৰাজস্থান B.Gandhinagar, Gujarat গান্ধীনগৰ, গুজৰাট C.Patna, Bihar পাটনা, বিহাৰ D.Bhopal, Madhya Pradesh ভূপাল, মধ্য প্ৰদেশ 10. Recently ,where was the “National conference of district Judiciary” held? শেহতীয়াকৈ ,ক’ত “জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন” অনুষ্ঠিত হৈছিল? A. Bengaluru বেংগালুৰু B. Hyderabad হায়দৰাবাদ C. Chennai চেন্নাই D. New Delhi নতুন দিল্লী
LEARNER LEARNING ALL COMPETITIVE EXAM IN ASSAM অসমীয়া সাহিত্যত কাক কি বুলি জনা যায় ২৫। বনকোঁৱৰ বুলিলে কাক জনা যায়? আনন্দিৰাম দাস ২৬। নাট্য প্ৰভাকৰ বুলিলে কাক জনা যায়? সত্যপ্ৰসাদ বৰুৱা ২৭। বনফুলৰ কবি বুলিলে কাক জনা যায়? যতীন্দ্ৰনাথ দুৱৰা LEARNER LEARNING ২৮। বাগ্মীবৰ বুলিলে কাক জনা যায় ? নীলমণি ফুকন ২৯। গীতিকবি বুলিলে কাক জনা যায়? পাৰ্বতিপ্ৰসাদ বৰুৱা ew ৩০। বিদ্রোহী কবি বুলিলে কাক জনা যায়? প্রসন্নলাল চৌধুৰী Learner Learning f Learner Learning ASSAM POLICE // ASSAM DHS // APSC // FIRE & EMERGENCY SERVICES // ASSAM DIRECT RECRUITMENT ETC.
Q.অসমৰ ইতিহাসি লৰা ৰজা বুতল কাক ককাৱা হয়? Who is known in history of Assam as “Lora Raja”? উত্তৰ:- ৰত্নধ্বজ তসিংহ (চুতলকফা)
https://t.me/assampoliceabub
Follow the ASSAM KNOWLDGE channel on WhatsApp: https://whatsapp.com/channel/0029Va9uuZ2BA1f2UYYr7Z19
без подписи
без подписи
https://whatsapp.com/channel/0029Va9uuZ2BA1f2UYYr7Z19
без подписи
https://t.me/assampoliceabub
https://imojo.in/1dRJiws