tgindex
RF study2.0

YOUTUBE CHANNEL👇👇 https://youtube.com/@rfstudy2.0?si=6LY_-Nwu7FXYi8Li Follow me on Instagram:- https://www.instagram.com/rf__study2.0?igsh=MXM3YnhnbGVpeW1qag==&utm_source=ig_contact_invite

Последний пост
12 нояб.
Последнее чтение
13 авг.
Постов за неделю
0
Всего постов
13
Тип
открытый
Язык
bn
В каталоге с
13 авг.
Подписчики
125
+1 за 1 дн.
Сутки
0
0,00%
Неделя
 
Месяц
 
Просмотров на пост
316
13 постов
Вовлечённость
252,8%
к подписчикам
Постов в день
0,0
всего 13
Упоминаний
0
каналов
Охват размещения
оценка
1/24сутки в ленте
1/48двое суток
1/72трое суток

Оценка по просмотрам недавних постов: пост набирает почти всё за первые сутки.

Посты

  • https://youtu.be/50QjWo7rIAo?si=rJ11XPSEbwJY9W9b

  • https://youtu.be/0z8oKwECIRw?si=8M3n8hag8WBMO8Jb

  • https://youtu.be/l5iC9fzlQSU?si=7xSHWUm-r7VK3__H

  • видео или голосовое, без подписи

  • Answer: C. পদমনাথ গোহাঁই বৰুৱা 25. অসমৰ সর্ব প্রথম স্নাতক ডিগ্ৰীধাৰী জনৰ নাম কি? A. হেম বৰুৱা B. দেৱেশ্বৰ শৰ্মা C. দেৱকান্ত বৰুৱা D. আনন্দ ৰাম বৰুৱা Answer:Dআনন্দ ৰাম বৰুৱা

  • 1. 'অগ্নিকবি' বুলি কোজন সাহিত্যিক জনা যায়? A. কমলাকান্ত ভট্টাচাৰ্য B. হীৰেন ভট্টাচাৰ্য C. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য D. অম্বিকাগিৰী ৰায়চৌধুৰী Answer: A. কমলাকান্ত ভট্টাচাৰ্য। 2. 'অভিনয়াচাৰ্য' বুলি কোজন সাহিত্যিক জনা যায়?h A. ৰবি শৰ্মা B. গিৰিধৰ শৰ্মা C. ব্ৰজনাথ শৰ্মা D. যজ্ঞেশ্বৰ শৰ্মা Answer: C. ব্ৰজনাথ শৰ্মা। 3. 'অসম কেশৰী' বুলি কোজন সাহিত্যিক জনা যায়? A. শুচিব্ৰতা ৰায়চৌধুৰী B. অম্বিকাগিৰী ৰায়চৌধুৰী C. ব্ৰজনাথ শৰ্মা D. কমলাকান্ত ভট্টাচাৰ্য্য Answer: B. অম্বিকাগিৰী ৰায়চৌধুৰী। 4. 'অগ্নি কবি' বুলি কোজন সাহিত্যিক জনা যায়? A. কমলাকান্ত ভট্টাচাৰ্য B. হীৰেন ভট্টাচাৰ্য C. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য D. অম্বিকাগিৰী ৰায়চৌধুৰী Answer: A. কমলাকান্ত ভট্টাচাৰ্য্য 5. 'অতীন্দ্ৰিয়বাদী কবি' বুলি কোজন সাহিত্যিক জনা যায়? A. নলিনীবালা দেৱী B. অম্বিকাগিৰী ৰায়চৌধুৰী C. ব্ৰজনাথ শৰ্মা D. কমলাকান্ত ভট্টাচাৰ্য্য Answer: A. নলিনীবালা দেৱী। 6. 'অসম গৌৰৱ' বুলি কোজন সাহিত্যিক জনা যায়? A. হেম বৰুৱা B. নৱকান্ত বৰুৱা C. ব্ৰজনাথ শৰ্মা D. কমলাকান্ত ভট্টাচাৰ্য্য Answer: A. হেম বৰুৱা। 7. 'অৰুন্ধতীৰ কবি' বুলি কোজন সাহিত্যিক জনা যায়? A. হেম বৰুৱা B. নৱকান্ত বৰুৱা C. ব্ৰজনাথ শৰ্মা D. কমলাকান্ত ভট্টাচাৰ্য্য Answer: B. নৱকান্ত বৰুৱা। 8. 'উপন্যাস সম্ৰাট' বুলি কোজন সাহিত্যিক জনা যায়? A. নবীন চন্দ্ৰ বৰদলৈ B. নৱকান্ত বৰুৱা C. ৰজনীকান্ত বৰদলৈ D. গোপীনাথ বৰদলৈ Answer: C. ৰজনীকান্ত বৰদলৈ। 9. 'কৰ্মবীৰ' বুলি কোজন সাহিত্যিক জনা যায়? A. নবীন চন্দ্ৰ বৰদলৈ B. ব্ৰজনাথ শৰ্মা C. ৰজনীকান্ত বৰদলৈ D. গোপীনাথ বৰদলৈ Answer: A. নবীন চন্দ্ৰ বৰদলৈ। 10. 'কলংপাৰৰ কবি' বুলি কোজন সাহিত্যিক জনা যায়? A. হেম বৰুৱা B. নৱকান্ত বৰুৱা C. দেৱকান্ত বৰুৱা D. ব্ৰজনাথ শৰ্মা Answer: C. দেৱকান্ত বৰুৱা। 11. 'কাব্যভাৰতী' বুলিকোজনসাহিত্যিকজনাযায়? A. নলিনীবালা দেৱী B. অম্বিকাগিৰী ৰায়চৌধুৰী C. অম্বেশ্বৰ চেতিয়া ফুকন D. ধৰ্মেশ্বৰী দেৱী বৰুৱানী Answer: D. ধৰ্মেশ্বৰী দেৱী বৰুৱানী। 12. 'কলাগুৰু' বুলি কোজন সাহিত্যিক জনা যায়? A. হেম বৰুৱা B. বিষ্ণুপ্ৰসাদ ৰাভা C. দেৱকান্ত বৰুৱা D. ব্ৰজনাথ শৰ্মা Answer: B. বিষ্ণুপ্ৰসাদ ৰাভা। 13. 'কবিতা কোঁৱৰ' বুলি কোজন সাহিত্যিক জনা যায়? A. নবীন চন্দ্ৰ বৰদলৈ B. অম্বেশ্বৰ চেতিয়া ফুকন C. ৰজনীকান্ত বৰদলৈ D. গোপীনাথ বৰদলৈ Answer: B. অম্বেশ্বৰ চেতিয়া ফুকন। 14. 'খৰিকাজাঁইৰ কবি' বুলি কোজন সাহিত্যিক জনা যায়? A. ৰজনীকান্ত বৰদলৈ B. ভবানন্দ ৰাজখোৱা C. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য D. অম্বিকাগিৰী ৰায়চৌধুৰী Answer: B. ভবানন্দ ৰাজখোৱা। 15. 'গীতিকবি' বুলি কোজন সাহিত্যিক জনা যায়? A. হেম বৰুৱা B. নৱকান্ত বৰুৱা C. দেৱকান্ত বৰুৱা D. পাৰ্বতিপ্ৰসাদ বৰুৱা Answer: D. পাৰ্বতিপ্ৰসাদ বৰুৱা। 16. 'গল্প সম্ৰাট' বুলি কোজন সাহিত্যিক জনা যায়? A. অম্বিকাগিৰী ৰায়চৌধুৰী B. চৈয়দ আব্দুল মালিক C. ভবানন্দ ৰাজখোৱা D. অম্বেশ্বৰ চেতিয়া ফুকন Answer: B. চৈয়দ আব্দুল মালিক। 17. 'জগতগুৰু' বুলি কোজন সাহিত্যিক জনা যায়? A. শ্ৰীমন্ত শংকৰদেৱ B. মাধৱদেৱৰ C. মাধৱ কন্দলী D. হেম সৰস্বতীৰ Answer: A. শ্ৰীমন্ত শংকৰদেৱ। 18. 'জননায়ক' বুলি কোজন সাহিত্যিক জনা যায়? A. হেম বৰুৱা B. দেৱেশ্বৰ শৰ্মা C. দেৱকান্ত বৰুৱা D. ব্ৰজনাথ শৰ্মা Answer: D. দেৱেশ্বৰ শৰ্মা। 19. 'জ্ঞানমালিনীৰ কবি' বুলি কোজন সাহিত্যিক জনা যায়? A. ভবানন্দ ৰাজখোৱা B. চৈয়দ আব্দুল মালিক C. মফিজুদ্দিন আহমদ হাজৰিকা D. অম্বেশ্বৰ চেতিয়া ফুকন Answer: C. মফিজুদ্দিন আহমদ হাজৰিকা। 20. 'ত্যাগবীৰ' বুলি কোজন সাহিত্যিক জনা যায়? A. হেম বৰুৱা B. হেমচন্দ্ৰ C. দেৱেশ্বৰ শৰ্মা D. দেৱকান্ত বৰুৱা Answer: A. হেমচন্দ্ৰ 21. কোনজন অসমীয়া সাহিত্যিকক শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত আৰু তেওঁক প্ৰায়ে অসমীয়া সাহিত্যৰ "বাপুজী" বুলি কোৱা হয়? A. হেমচন্দ্ৰ গোস্বামী B. হীৰেন ভট্টাচাৰ্য C. লক্ষ্মীনাথ বেজবৰুৱা D. জ্যোতিপ্ৰসাদ আগৰৱালা Answer: C. লক্ষ্মীনাথ বেজবৰুৱা 22. তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন "অসমৰ শ্বেক্সপীয়েৰ" বুলি জনা যায়? A. লক্ষ্মীনাথ বেজবৰুৱা B. জ্যোতিপ্ৰসাদ আগৰৱালা C. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য D. হোমেন বৰগোহাঁই Answer: A. লক্ষ্মীনাথ বেজবৰুৱা 23. "অসমীয়া নাটকৰ অৱদানৰ বাবে তলত দিয়াসকলৰ ভিতৰত কোনজন পৰিচিত আৰু তেওঁক প্ৰায়ে অসমীয়া নাটকৰ 'ৰূপকোঁৱৰ' বুলি কোৱা হয়?" A. হোমেন বৰগোহাঁই B. জ্যোতিপ্ৰসাদ আগৰৱালা C. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য D. হীৰেন ভট্টাচাৰ্য Answer: B. জ্যোতিপ্ৰসাদ আগৰৱালা 24. "অসমীয়া সাহিত্যৰ 'পিতামহ' নামেৰে তলৰ কোনক জনা যায়?" A. লক্ষ্মীনাথ বেজবৰুৱা B. জ্যোতিপ্ৰসাদ আগৰৱালা C. পদমনাথ গোহাঁই বৰুৱা D. হেমচন্দ্ৰ গোস্বামী

  • Channel photo updated

  • https://youtu.be/_6gE0KtlJuQ?si=nrUG64GNpj8-m_lC

  • Channel photo updated

  • Channel name was changed to «RF study2.0»

  • https://youtu.be/T9d5YXcdiQc?si=XOYxDR07RtzC4MYz

  • https://youtu.be/XrgGpDMtEqc?si=oE9hJKsd1Iyj5zFg

  • Channel created

RF study2.0 — tgindex