Jitu Mani
Статистикаএতিয়া মোৰ সময় I am Permanently unavailable for the people who thought I was just and option 🦁
- Последний пост
- 16 авг.
- Последнее чтение
- ещё не заходили
- Постов за неделю
- 2
- Всего постов
- 21
- Тип
- открытый
- Язык
- английский
- В каталоге с
- 15 авг.
- 1/24сутки в ленте
- 88
- 1/48двое суток
- 100
- 1/72трое суток
- 108
Оценка по просмотрам недавних постов: пост набирает почти всё за первые сутки.
Посты
জীৱনটো পাৰ নোহোৱা হৈ গৈছে নে মোৰ নিচিনাকৈ!? 💔 😭
https://youtube.com/shorts/_muXzjS0w-I?si=H03akN9sMKjG1uE0
https://youtu.be/ojX6BgvKMAM?si=ud6SC7X0stWo2fto https://youtu.be/ojX6BgvKMAM?si=ud6SC7X0stWo2fto SSC GD Running Tips 2026
ইমানখিনি কষ্টৰ ফল নহয়- Writtenত ৫০ ৰ ভিতৰত ৪৫+ পাইছিলো
Criminal বোলে মই😂 , Result বিচাৰি যোৱাটো Criminal 😂
2022 ত চাকৰিটো পাইছিলো বহুত কষ্ট কৰি, সকলো হোৱা পিছতো আজিলৈ একো ফল পোৱা নাই, মাহে মাহে Court ত দৌৰি আছো আজিও, বহুত লৰা ছোৱালীক সহায় কৰিব গৈ আজি নিজে নিজক কষ্ট দি জীয়াই থাকিব লগা হৈছে , ইমানখিনি এই চৰকাৰ খনে কৰিব বুলি আমি সপোনতো ভৱা নাছিলোঁ, মোৰ মনত কি হয় আছে মানুহক মই ভাষাৰে বুজাব নোৱাৰো💔, যোৱা কালি Court ত ৩০ হাজাৰ দিব লগা আছিল, ২০ হাজাৰ কিবা কৰি যোগাৰ কৰি দিলো, ২৫ ছেপ্টেম্বৰত আকৌ ২০ হাজাৰ দিব লাগিব, আগতে Youtube ত Video বনাইছিলো , মাজে মাজে অলপ পইছা পাইছিলো যদিও আজি কালি বন্ধ কৰিলো , Youtube ৰ কাৰণে ইমান খিনি হল যিহেতু মানুহক সহায় কৰিব গৈ মই নিজে আজি বিপদত পৰি আছো, দিন ৰাতি পথাৰত কষ্ট কৰিও মোৰ আমাৰ মা দেউতাৰ জীৱনতো নচলা হৈছে 💔,মানুহৰ সহায় কৰিম বুলি, দুখীয়া মানুহৰ লৰা ছোৱালীক সহজকৈ সকলোবোৰ চাকৰি খবৰ দিম বুলি ভাবি Youtube ত অসমত প্ৰথম Job Update Video বনাইছিলো , চাকৰি Result নিদিয়া কাৰণে DGP Office ত Application দিব যোৱাই আমাক Criminal সজাই Result টো Hold কৰি দি ৰাখিছে , 2022 ত চাকৰিটো পোৱা হলে আজি আমাৰ মা দেউতাৰ এনেকুৱা অবস্থা নহল হয়, মোৰ কথাটো নকও, সকলোৱে ভালে কুশলে থকা Hanuman Bless Everyone
সহায় কৰিব কাৰ মন নাযায়: কি কম নিজৰ ঘৰ চলাব পৰা নাই, মন বহুত আছে মানুহক সহায় কৰিব কিন্তু ধন হে নাই, ভগৱানেও আমাৰ লগত হে খেলা খেলি আছে🙏
New Education Minster of India : Pralhad Joshi
কি Interview ৰ বাবে সাজু?
✨ *Delhi Police 2025 Physical(Running) Date 1. *Constable Male & Female* • Female :- 25 July - 28 July • Male :- 29 July - 04 August 2. *Constable Driver* • Male :- 05 August - 06 August 3. *Head Constable Ministerial* • Female :- 07 August • Male :- 08 August 4. *Head Constable AWO/TPO* • Female :- 09 August • Male :- 10 August
ARO Narangi Written Result 2026
Good News SSC GD constable 2026 Written Attendance Total Vacancy = 25,487 Total Form = 48.83 Lakh CBT Attendance = 21.56 Lakh
ARMY CEE Narangi Result Coming Soon 👍
2 Lakh New Vacancy Coming Soon in Assam
без подписи
SSC GD Vacancy বাঢ়িব !!! আপোনাৰ মতে ? Yes 👍 No 👎
Jitu Mani SSC GD Normalisation কি? (অসমীয়াত সহজ ব্যাখ্যা) বন্ধুসকল, SSC GD পৰীক্ষা একেটা দিনত নহয়। বহু দিন আৰু বহু Shift-ত পৰীক্ষা অনুষ্ঠিত হয়। সকলো Shift-ৰ প্ৰশ্ন একে ধৰণৰ সহজ বা কঠিন নহয়। Jitu Mani উদাহৰণস্বৰূপে, যদি আপোনাৰ Shift-ত প্ৰশ্ন কিছু কঠিন হয়, আৰু আন এটা Shift-ত প্ৰশ্ন সহজ হয়, তেন্তে দুয়োটা Shift-ৰ নম্বৰ পোনপটীয়াকৈ তুলনা কৰাটো ন্যায্য নহয়। সেই কাৰণেই SSC-এ Normalisation ব্যৱহাৰ কৰে। Normalisation-ৰ উদ্দেশ্য Normalisation-ৰ মূল উদ্দেশ্য হ'ল সকলো Shift-ৰ প্ৰাৰ্থীক সমান সুযোগ দিয়া। যদি কোনো Shift কঠিন হয়, তেন্তে সেই Shift-ৰ প্ৰাৰ্থীৰ নম্বৰ Normalisation-ৰ পিছত কিছু বৃদ্ধি পাব পাৰে। আনহাতে, যদি কোনো Shift যথেষ্ট সহজ হয়, তেন্তে কিছু ক্ষেত্ৰত নম্বৰ সামান্য হ্ৰাসো হ'ব পাৰে। Jitu Mani Normalisation কেনেকৈ কাম কৰে? SSC-এ প্ৰতিটো Shift-ৰ প্ৰশ্নৰ কঠিনতা, সেই Shift-ত পৰীক্ষা দিয়া প্ৰাৰ্থীৰ সামগ্ৰিক ফলাফল, আৰু পৰিসংখ্যাগত (statistical) বিশ্লেষণ আধাৰ কৰি Final Normalised Score গণনা কৰে। ইয়াৰ বাবে কোনো প্ৰাৰ্থীয়ে নিজে Normalisation গণনা কৰিব নোৱাৰে, কাৰণ SSC-ৰ ওচৰত সকলো Shift-ৰ সম্পূৰ্ণ তথ্য থাকে। Normalisation Formula Jitu Mani SSC GD-ত ব্যৱহৃত Normalisation-ৰ সঠিক গাণিতিক Formula (Equation) SSC-এ Public-ভাৱে প্ৰকাশ নকৰে। SSC-এ পৰিসংখ্যাগত পদ্ধতি (Statistical Normalisation) ব্যৱহাৰ কৰে আৰু Final Normalised Score নিজৰ System-এ গণনা কৰে। সেয়েহে YouTube বা Social Media-ত দেখা যিকোনো "SSC GD Normalisation Formula" নিশ্চিত Official Formula নহয়। শেষৰ কথা মনত ৰাখিব— Normalisation মানেই সকলোৰে নম্বৰ বাঢ়িব বুলি নহয়। কিছুমানৰ নম্বৰ বৃদ্ধি পাব পাৰে। কিছুমানৰ নম্বৰ প্ৰায় একেই থাকিব পাৰে। কিছুমান ক্ষেত্ৰত সামান্য হ্ৰাসো হ'ব পাৰে। সেয়েহে Final Result অহালৈ ধৈৰ্য্য ধৰি অপেক্ষা কৰক আৰু PET/PST-ৰ প্ৰস্তুতি অব্যাহত ৰাখক। Jitu Mani
SSC GD Physical ৰ বাবে Running Start কৰিছা নে? Yes 👍 No 👎
SSC GD Answer Key Marks (100% সচাকৈ কব) 40-60 👍 60-80 ❤️ 80-100 😲 100-120 🔥
Good Mornig ⛳